তলপেট (Assamese) [ Roman: tol.pet]
Contributed by: Sudipta Kumar Gogoi on 2007-02-28
1. Anatomy(Material Noun-Neuter) the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-13
Ref: চন্দ্ৰকান্ত অভিধান
2. Anatomy(Material Noun-Neuter) the lower part of the belly extending to the vagina নিতম্বৰ বিপৰীত ফালৰ ভাগ, যি যোনিলৈকে প্ৰসাৰিত তলপেট (Bangla)
Contributed by: Sushanta Kar on 2016-06-06
3. Anatomy(Material Noun-Neuter) the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷