perplex (English) [ IPA: pərˈpleks ASM: পাৰপ্লেক্স]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-07-22
1. (Verb-Trans.) Unable to choose between options that are or seem equally unfavorable or mutually exclusive দুই বা ততোধিক বিকল্পৰ মাজৰ পৰা সঠিকটো বিচাৰি ল’বলৈ অক্ষম হ৷
2. (Verb-Intran.) Become impaired orientation with respect to time, place, or person; a disturbed mental state সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Assamese:
আউল লাগ কাছুটি হেৰুৱা খপজপ লাগ্ খেলিমেলি লাগ তত এৰ্ তত হেৰুৱা তত-নাইকিয়া হ তধাউৰি খা তধামূৰি খা থৰ-কাছুটি এৰ্ থৰ-কাছুটি হেৰুৱা থৰ-যুগুতি এৰ্ পদাপাল দেখ্ বগুৱা লাগ্ বিচূৰ্ত্তি হ বিতত কৰ্ বিতত হ বিপাঙত পেলা বিবুদ্ধি হ বিবুদ্ধিত পেলা বিভ্ৰান্ত কৰ্ বিমূৰত পেলা বিমোৰত পৰ্ বুদ্ধিভ্ৰষ্ট হ ভেবা লাগ্ মোৰ হেৰা হেহোঁ-নেহোঁ কৰ্
Bodo:
Garo:
Karbi:
Nepali: