premises (English) [ IPA: ˈpreməsɪz ASM: প্ৰিমিচেচ]
    Contributed by: Bikram M Baruah on 2012-11-17
    1. (Abstract Noun) the land/ground where a school, college or university is situated with its building(s) কোনো বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় অৱস্হিত এলেকা৷ ইয়াতে সেই প্ৰতিষ্ঠানৰ ভবন (সমূহ) থাকে৷