XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    proud (English) [ IPA: ˈpræʊd ASM: প্ৰাউড]
    adj: proudly
    1. (Abstract Noun) Feeling or showing justifiable self-respect. নিজৰ গুণ আদিক লৈ ভাল অনুভৱ কৰা৷
    English:
    proud
    Assamese:
    অতিমানী অভিমানী গৌৰৱান্বিত গৰ্বিত দর্পিত দর্পী স্বাভিমানী
    TAI-Ahom:
    জিং
    Deori:
    দুম-দুমাজি

    Different POS:

    a. Abstract Noun: prideঅবলেপঅভিমানঅহংকাৰঅহংবুদ্ধি...
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2006-04-22
    2. (Proper Adj.-Common &/or Masculine) having an excessively high opinion of oneself. নিজৰ সম্পৰ্কে এক অত্যন্ত উচ্চ অভিমত ৰখা।
    English:
    proud
    Assamese:
    অহংকাৰী অহঙ্কাৰী অৱগৰ্বী আত্ম-গৰ্বী আত্মাভিমানী গংগাটোপ গঞ্জনী গঞ্জাকাৰী গণ্ডপী গপাল গহীয়া গোনামতা গয়াল গৰবী দম্ভী দাম্ভিক দৰ্পিত দৰ্পী ভেমাল মইবৰ মইমতীয়া মদগৰ্ব্বী মদমত্ত মদান্ধ মদোন্মত্ত
    Garo:
    gaora de.a
    Nagamese:
    futani
    © xobdo.org - a dictionary by you, for you, of you !!