rehearsal (English) [ IPA: rɪˈhərsəl ASM: ৰিহাৰ্চেল]
    1. (Verbal Noun) repeat a work to improve skill. পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-02-18
    2. (Abstract Noun) a musical practice session সামূহিক সঙ্গীত চৰ্চ্চা