সাধনা (Assamese) [ Roman: xa.dho.na]
    Contributed by: Bikram M Baruah on 2008-11-20
    1. (Verbal Noun) repeat a work to improve skill. পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
    2. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।