☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
remedy
(English)
[
IPA:
ˈremədiː
ASM:
ৰেমেডি]
1.
(Abstract Noun)
any means of curing a disease কোনো বেমাৰ ভাল কৰিবলৈ বা আহুকাল দূৰ কৰিবলৈ কৰা ব্যৱস্থা
English:
cure
remedy
Assamese:
দিহা
নিৰাময়
প্ৰতিকাৰ
প্ৰতিবিধান
পৰিকাৰ
Khasi:
ka dawai
Nagamese:
arugyo
Deori:
উপাই
কুচিৰি
Different POS:
a. Proper Adj.-Neuter:
curative
remedial
আৰোগ্যকাৰী
নিৰাময়ক
নিৰাময়কাৰী
...