পৰিকাৰ (Assamese) [ Roman: po.ri.kar.]
1. (Abstract Noun) any means of curing a disease কোনো বেমাৰ ভাল কৰিবলৈ বা আহুকাল দূৰ কৰিবলৈ কৰা ব্যৱস্থা
English: cure,
remedy,
Assamese: দিহা,
নিৰাময়,
প্ৰতিকাৰ,
প্ৰতিবিধান,
পৰিকাৰ,
Khasi: ka dawai,
Nagamese: arugyo,
Deori: উপাই,
কুচিৰিDifferent POS:
a. Proper Adj.-Neuter: curative,
remedial,
আৰোগ্যকাৰী,
নিৰাময়ক,
নিৰাময়কাৰী...