term (English) [ IPA: ˈtərm ASM: টাৰ্ম]
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-06
    1. (Abstract Noun) A statement of the meaning of a word, phrase, or term, as in a dictionary entry. অভিধানত উল্লেখ কৰাৰ নিচিনাকৈ কোনো শব্দ, খণ্ডবাক্য আদিৰ অৰ্থ বুজোৱা বাক্য।
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-06
    2. (Abstract Noun) duration for occurence of any particular event কোনো ঘটনা ঘটাৰ সময় চোৱা৷
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-06
    3. (Abstract Noun) a statement of what is required as part of an agreement কোনো সহমতৰ অংশ হিচাপে লিপিৱদ্ধ কৰা বক্তব্য
    Contributed by: Rupankar Mahanta on 2006-11-06
    4. (Verb-Trans.) To call or name something, (like term it as inhuman) কিহবাক নাম দে বা (কিবা এটা) বুলি ক; কামটো সকলোৱে বেয়া বুলি অভিহিত কৰিলে বা বেয়া বুলিলে।