thigh (English) [ IPA: ˈθaɪ ASM: থাই]
    1. Anatomy(Material Noun-Neuter) the portion of the leg between the knee and the pelvic region. আঁঠুৰ ওপৰৰ পৰা কঁকাল পৰ্য্যন্ত মাজৰ চোৱা।
    Contributed by: Parthajyoti Buragohain on 2024-11-25
    2. Medical Science(Material Noun-Neuter) a saline watery substance secreted from the eyes কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
    Ref: চন্দ্ৰকান্ত অভিধান
    3. (Material Noun-Neuter) the thigh of a beast cut and separated from the body দেহৰ পৰা কাটি আঁতৰাই পেলোৱা জন্তুৰ পিৰা বা কৰঙন
    English: