লো (Assamese) [ Roman: lo']
1. Chemistry(Material Noun-Neuter) a heavy malleable ductile magnetic silver-white metallic element that readily rusts in moist air, occurs native in meteorites and combined in most igneous rocks, is the most used of metals, and is vital to biological processes. গলাব পৰা, চুম্বকীয় এবিধ গধূৰ ধাতু, য`ত সেমেকা বায়ুৰ সংস্পৰ্শত মামৰে ধৰে। ই সবাতোকৈ অধিক ব্যৱহৃত ধাতু আৰু জৈৱিক প্ৰক্ৰিয়াৰ বাবেও অতি আৱশ্যকীয়।
Contributed by: Biraj Kumar Kakati on 2010-11-16
Ref: আধুনিক অসমীয়া শব্দকোষ
2. Medical Science(Material Noun-Neuter) a saline watery substance secreted from the eyes কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷Assamese:
Meeteilon:
Bishnupriya Manipuri:
Karbi:
Kok-Borok:
Apatani:
TAI-Ahom:
Hindi:
Nepali:
Rabha:
Deori:
