web (English) [ IPA: ˈweb ASM: ৱেব]
Contributed by: Mukesh Bhargava on 2006-12-15
1. (Abstract Noun) a bag or other contrivance of strong thread or cord worked into an open, meshed fabric, for catching fish, birds, or other animals মাছ, চৰাই বা অন্য জন্তু ধৰাৰ বাবে টান সূতা বা ৰছীৰে গুঁথি তৈয়াৰ কৰা ফুটা থকা মোনা বা আন সঁজুলি
Contributed by: Mukesh Bhargava on 2006-12-15
2. (Abstract Noun) An interconnected system of networks that connects computers around the world via the TCP/IP protocol. যোগাযোগৰ অত্যাধুনিক ব্যৱস্থা,ইয়াৰ দ্বাৰা বিশ্বৰ অন্যান্য কম্পিউটাৰৰ লগত সংযোগ কৰিব পাৰি৷