ইণ্টাৰনেট (Assamese) [ Roman: in.tar.ne`t]
    alt: ইন্টাৰনেট, ইন্টাৰ্নেট
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-11-24
    Ref: হেমকোষ (পুৰণি)
    1. (Abstract Noun) An interconnected system of networks that connects computers around the world via the TCP/IP protocol. যোগাযোগৰ অত্যাধুনিক ব্যৱস্থা,ইয়াৰ দ্বাৰা বিশ্বৰ অন্যান্য কম্পিউটাৰৰ লগত সংযোগ কৰিব পাৰি৷