where (English) [ IPA: ˈwer ASM: হুৱেৰ]
    1. Abstract NounEmotions-Expressions(Adverb) an interrogative adverb to ask in or at what place. কোনো ঘটনা বা বস্তুৰ অৱস্থিতি জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-03-17
    2. (Adverb) an interrogative adverb to ask the direction in which one is going কোন ঠাইলৈ যাব সুধিবলৈ ব্যৱহাৰ কৰা শব্দ