☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
गोजोर
(Bodo)
[
Roman:
gw.jwr]
Contributed by:
Bhadra Brahma
on 2025-05-04
1.
(Proper Adj.-Common)
expected to remain unchanged for an indefinitely long time. এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
English:
eternal
invariable
long-lasting
perennial
perpetual
Assamese:
অনন্তস্থায়ী
অনাদি
অনাদিনিধন
কালজয়ী
কালাতীত
চিৰকালীন
চিৰদিনীয়া
চিৰন্তন
চিৰপ্ৰৱাহমান
চিৰপ্ৰৱাহিত
চিৰযুগমীয়া
চিৰযুগীয়া
চিৰায়মান
দীৰ্ঘস্থায়ী
ধ্ৰুৱ
বৰ্ষব্যাপী
যাউতিযুগীয়া
যুগজয়ী
যুগমীয়া
শাশ্বত
শাশ্বতিক
শাশ্বতী
সনাতন
সাৰ্বকালিক
Bodo:
गोजोर
जुगामि
दिदोम
सोलायै
Garo:
mattchotgijagipa
Different POS:
a. Abstract Noun:
eternity
অনন্তকাল
কালসমুদ্ৰ
...