ধ্ৰুৱ (Assamese) [ Roman: dhru.bo]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
    1. (Proper Adj.-Common) expected to remain unchanged for an indefinitely long time. এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Proper Noun) a song or verse (generally religious) sung in chorus. ওজাই লগাই দিয়াৰ পাছত পালিবিলাকে একে লগে গোৱা গীত বা পদ্যৰ অংশ৷