जोलै (Bodo) [ Roman: jw.lwi]
Contributed by: Karishma Boro on 2023-04-08
1. (Abstract Noun) A group of individuals born and living about the same time. প্ৰায় একে সময়তে জন্মা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
Contributed by: Bhadra Brahma on 2025-03-19
2. (Abstract Noun) A group of organisms capable of interbreeding and producing fertile offspring. একে ধৰণৰ প্ৰাণীৰ গোটসমূহ,যিয়ে নিজৰ মাজতে জৈৱিক মিলনৰ দ্বাৰা প্ৰজননক্ষম উত্তৰ পুৰুষ সৃষ্টি কৰিব পাৰে।