बिनदा (Bodo) [ Roman: bin.da]
    Contributed by: Karishma Boro on 2023-04-14
    1. (Material Noun-Neuter) a bamboo contrivance used for dragging the harrow over tilled soil by means of cattle. ভলুকা বাঁহৰ দুইমূৰে আখি থকা এডাল দীঘল সৰু বাঁহ৷ তাৰ এটামূৰ টকাৰ দৰে ফালি তাৰ মূৰদুটা মৈৰ লগত সংযোগ কৰা হয় আৰু আনটোমূৰ যুৱলিত লগাই মাটি সমান কৰা এবিধ সঁজুলি৷

    Description

    Different POS:

    a. Verb-Trans.: মৈয়া...