মৈ (Assamese) [ Roman: moi]
    1. (Material Noun-Neuter) a bamboo contrivance used for dragging the harrow over tilled soil by means of cattle. ভলুকা বাঁহৰ দুইমূৰে আখি থকা এডাল দীঘল সৰু বাঁহ৷ তাৰ এটামূৰ টকাৰ দৰে ফালি তাৰ মূৰদুটা মৈৰ লগত সংযোগ কৰা হয় আৰু আনটোমূৰ যুৱলিত লগাই মাটি সমান কৰা এবিধ সঁজুলি৷

    Description

    Different POS:

    a. Verb-Trans.: মৈয়া...

    মৈ (Deori) [ Roman: moi]
    Contributed by: Himasri Das on 2023-04-04
    2. (Material Noun-Neuter) a bamboo contrivance used for dragging the harrow over tilled soil by means of cattle. ভলুকা বাঁহৰ দুইমূৰে আখি থকা এডাল দীঘল সৰু বাঁহ৷ তাৰ এটামূৰ টকাৰ দৰে ফালি তাৰ মূৰদুটা মৈৰ লগত সংযোগ কৰা হয় আৰু আনটোমূৰ যুৱলিত লগাই মাটি সমান কৰা এবিধ সঁজুলি৷

    Description

    Different POS:

    a. Verb-Trans.: মৈয়া...