অইন (Assamese) [ Roman: o.in]
    Contributed by: Aklantika Saikia on 2006-03-17
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Pronoun) Any of various alternatives. বহুতৰ ভিতৰত এজন/এটা ৷
    2. (Pronoun) not the one being discussed আলোচিত বিষয়টো নহয়

    Example Sentences:

    1. তেওঁ এইটো কাম বাদ দি অইন এটা কামতহে ব্যস্ত হৈ আছে।