অপৰ (Assamese) [ Roman: o.por Origin: সং. (হেম১৩)]
    Contributed by: Biraj Kumar Kakati on 2010-10-28
    1. (Pronoun) Any of various alternatives. বহুতৰ ভিতৰত এজন/এটা ৷

    Example Sentences:

    1. এই কথা অপৰ লোকক নকবা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-03
    2. (Proper Adj.-Neuter) Not the same as another or each other; unlike in nature, form, or quality. এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷