অপাৰ্থিৱ (Assamese) [ Roman: o.par.thi.bo]
    Contributed by: Biraj Kumar Kakati on 2009-07-04
    1. (Proper Adj.-Common) মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক (ঘটনা বা সত্বা) মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক ঘটনা ৷
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-04-01
    Ref: আধুনিক অসমীয়া শব্দকোষ
    2. (Proper Adj.-Common) related to the heaven or the God স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
    Contributed by: Bikram M Baruah on 2021-02-21
    3. Computer Science(Verbal Noun) something that happen through the internet ইন্টাৰনেটৰ যোগেদি সশৰীৰে উপস্তিত নথকাকৈ কোনো ঘটনা ঘটা৷