☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
অপ্ৰাসঙ্গিক
(Assamese)
[
Roman:
o.pra.xong.gik]
adv:
অপ্ৰাসঙ্গিকভাৱে
Contributed by:
ৰূপকমল
on 2007-03-31
1.
(Proper Adj.)
Not connected with the main subject. মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
English:
impertinent
incongruous
irrelevant
non-contextual
quibble
Assamese:
অপ্ৰাসংগিক
অপ্ৰাসঙ্গিক
অবান্তৰ
অসংগত
অসংলগ্ন
আজে-বাজে
আবোল-তাবোল
ইজাল-বিজাল
বাংফেঙীয়া
বেহুদা
যা-তা
যি-তি
সংগতিবিহীন
সম্পৰ্কবিহীন
সম্পৰ্কৰহিত
সম্বন্ধহীন
সম্বন্ধৰহিত
Bodo:
बानजाथावै
सोमोनदो गैयै
Mising:
bengma
Karbi:
chephophe
chetonte
Dimasa:
grao haglai
TAI-Ahom:
খাম্ পিক্
খাম্ পুঙ্