যি-তি (Assamese) [ Roman: ji-ti]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-09-02
    1. (Adposition) One or some or every or all without specification. কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-05
    2. (Proper Adj.) Not connected with the main subject. মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|