অৱসৰ (Assamese) [ Roman: o.bo.xor]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-08-04
    1. (Abstract Noun-Neuter) the state of being retired from one's business or occupation. নিজৰ কাৰ্য্য বা বৃত্তিৰ পৰা নিষ্কৃতি পোৱা বা অৱসান হোৱা৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun-Neuter) Interval of rest or relief. জিৰণি বা আৰামৰ বাবে লোৱা বিৰতি৷