নিবৃত্তি (Assamese) [ Roman: ni.brit.ti]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-18
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    1. (Abstract Noun) Deliverance from the power or penalty of sin, redemption. পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-28
    2. (Abstract Noun-Neuter) the state of being retired from one's business or occupation. নিজৰ কাৰ্য্য বা বৃত্তিৰ পৰা নিষ্কৃতি পোৱা বা অৱসান হোৱা৷