আদ্যশ্ৰাদ্ধ (Assamese) [ Roman: a.dyo.srad.dho]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-12
    1. Religious-Mythological(Abstract Noun) religious rites carried out after specified time since the actual demise of somebody for the peace of his/her soul. মৃতকৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে মৃত্যুৰ নিৰ্দ্ধাৰিত সময়ৰ পাছত পালন কৰা ধৰ্ম্মীয় ৰীতি-নীতি আৰু প্ৰাৰ্থনা।