আধাৰি (Assamese) [ Roman: a.dha.ri]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) a coil made of straw for supporting the bottom of an earthen pot চৰু, মাটিৰ কলহ আদি বহুৱাই থ’বলৈ ঘূৰণীয়াকৈ বন্ধা খেৰৰ জুমুধি