বিৰিয়া (Assamese) [ Roman: bi.ri.ya]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-12
    1. (Material Noun-Neuter) A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder. ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷
    Contributed by: Bhadra Brahma on 2025-03-19
    2. (Material Noun-Neuter) A split piece of bamboo having both the ends blunt, like a knob; which is used in carrying milk gallons etc. on the shoulder. বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা দুই মূৰত খোপ বা খাঁজ কটা ফলা বাঁহৰে বনোৱা এবিধ যতন ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
    Ref: চন্দ্ৰকান্ত অভিধান
    3. (Material Noun-Neuter) a coil made of straw for supporting the bottom of an earthen pot চৰু, মাটিৰ কলহ আদি বহুৱাই থ’বলৈ ঘূৰণীয়াকৈ বন্ধা খেৰৰ জুমুধি