উদীপ (Assamese) [ Roman: u.dip]
    Contributed by: Mousumi Konwar on 2023-01-23
    Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
    1. (Abstract Noun) overflowing of water from a river or lake, esp. over land not usually submerged কোনো নদী বা হ্ৰদৰ পানী পাৰৰ ঠাইবোৰত উপচি পৰা, বিশেষকৈ যিবিলাক ঠাই সাধাৰণতে পানীত ডুব নাযায়