উপক্ৰমণিকা (Assamese) [ Roman: u.po.kro.mo.ni.ka]
    Contributed by: Partha P Sarmah on 2007-06-28
    1. (Abstract Noun) a speech, note at the beginning of a play, movie or a book that introduces it. নাটক, চিনেমা, কিতাপ আদিৰ আৰম্ভণিতে থাকি বিষয়বস্তু পৰিচয় কৰি দিয়া চুটি কথন, দৃশ্য বা টোকা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) introductory remarks at the beginning of a book or writing. কিতাপ বা লেখাৰ আৰম্ভণিতে কৰা পৰিচয়সূচক মন্তব্য।