এঙাৰ (Assamese) [ Roman: e.ngar Origin: সং. অঙ্গাৰ (হেম১৩)]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-12-09
1. (Material Noun-Neuter) the carbonaceous material obtained by heating wood or other organic substances in the absence of air কাঠ বা তেনে জৈৱিক পদাৰ্থ জ্বলাই সৃষ্টি কৰা ক’লা বৰণীয়া দ্ৰব্য৷