এনেতে (Assamese) [ Roman: e.ne.te]
    1. (Conjuction) In that case or as a consequence. পূৰ্বৰ কোনো এটা চৰ্ত পূৰ অথবা অপূৰ্ণ হ’লেহে; তেনে অৰ্থত ৷
    Contributed by: Partha P Sarmah on 2010-12-14
    2. (Adverb) (formal use)immediately after the event/time/situation mentioned উল্লেখ কৰা সময়, ঘটনা বা কামৰ ঠিক পাছতে; যেন তাৰ বাবেই হ’ল৷ যেনেঃ “মিঠা মিঠা ব’হাগৰ গীত এটিকে ৰচোঁ বুলি ভাবিলোঁ, এনেতে চুচুক চামাক কৈ কাষ চাপিলা, মই যেন ভাষা পালোঁ”
    English: