☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
কটাহি
(Assamese)
[
Roman:
ko.ta.hi]
Contributed by:
Biraj Kumar Kakati
on 2008-03-31
1.
(Verbal Noun)
A glance directed to the side; an oblique or sideways look পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
English:
side-glance
side-look
Assamese:
অপাঙ্গ
অৰ্দ্ধবীক্ষণ
অৰ্ধবীক্ষণ
কটাক্ষ
কটাক্ষপাত
কটাহি
চকুৰ ঠাৰ
তিৰ্যক দৃষ্টি
বক্ৰদৃষ্টি
বেঁকা চাৱনি
Contributed by:
Biraj Kumar Kakati
on 2008-03-31
2.
(Verbal Noun)
To care about; be concerned about. সামান্যভাৱে গ্ৰাহ্য কৰা অথবা মনোযোগ দিয়া ।
English:
care
mind
Assamese:
কটগদ্
কটাহি
কেৰাহি
কেৰেপ
গেন্দাই
পৰোৱা
পৰোৱাই
ভূৰ্ভং
ভ্ৰুভঙ্গ
ভ্ৰূক্ষেপ