কাছল (Assamese) [ Roman: ka.sol]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-26
    Ref: চন্দ্ৰকান্ত অভিধান
    1. Customs(Abstract Noun) End of the waist cloth (Dhoti) which is inserted in behind through the thigh. ধুতি বা চুৰিয়াৰ দুই উৰুৰ মাজে সৰকাই পাচ ফালে খোঁচা ভাগ ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-26
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Material Noun-Neuter) that part of a garment which remains loose and hanging. পিন্ধা কাপোৰৰ ওলমি থকা ছোৱা।