তলপোন্ধ (Assamese) [ Roman: tol.po`ndh]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-03-20
    1. Customs(Abstract Noun) End of the waist cloth (Dhoti) which is inserted in behind through the thigh. ধুতি বা চুৰিয়াৰ দুই উৰুৰ মাজে সৰকাই পাচ ফালে খোঁচা ভাগ ৷