কাণি-বিয়ল (Assamese) [ Roman: ka.ni-bi.yol Decom:;]
    ছটা দাঁত গজাৰ পাছত, অন্য দাঁত সৰি সম্পূৰ্ণকৈ দাঁত নগজা বা দাঁতি নুঠা অৱস্থা (হালোৱা গৰু) ৷
    Contributed by: Jamini Anurag on 2011-01-24
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Proper Noun-Masculine) the young of the domestic cow or other bovine animal অধিক বয়স নোহোৱা মতা গৰু