XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    কাৰ্য্যকুশলতা (Assamese) [ Roman: kar.jyo.ku.xo.lo.ta]
    alt: কাৰ্যকুশলতা
    1. (Abstract Noun) the ability of sb to carry out certain task by virtue of knowledge and practice নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা
    English:
    expertise expertize forte knack skill
    Assamese:
    অৰ্হতা অৰ্হত্ব আৰ্হত ওস্তাদি কাৰ্যকুশলতা কাৰ্য্যকুশলতা কাৰ্য্যদক্ষতা কুশলতা কৰ্ম-কুশলতা কৰ্মণ্যতা কৰ্মপটুতা কৰ্ম্মদক্ষতা গুণ দক্ষতা নিপুণতা নৈপুণ্য পটুতা পটুত্ব পাৰকতা পাৰগতা পাৰদৰ্শিতা পাৰ্গতালি প্ৰবীণতা বিচক্ষণতা বিজ্ঞতা ব্যুৎপত্তি সিদ্ধহস্ততা
    Bodo:
    रोंगौथि
    Khasi:
    ka buit
    Meeteilon:
    heishingba heishinglaba
    Dimasa:
    khaitaisa khataisa

    Different POS:

    a. Proper Adj.: ableaccomplishedadeptadroitcapable...
    © xobdo.org - a dictionary by you, for you, of you !!