কেণ্ডেল (Assamese) [ Roman: ken.del]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-05-08
    1. (Material Noun-Neuter) a long, usually slender piece of tallow or wax with an embedded wick that is burned to give light. মাজেদি এডাল শলিতা ভৰাই মমেৰে তৈয়াৰ কৰা এডান দীঘল দণ্ড, যাৰ শলিতাদাল জ্বলাই পোহৰ সৃষ্টি কৰা হয়৷