ক্ষিপ্ৰতা (Assamese) [ Roman: khyip.ro.ta]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-10
    1. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
    Contributed by: ৰূপকমল on 2007-03-22
    2. (Abstract Noun) quickness in movement
    Contributed by: ৰূপকমল on 2007-03-22
    3. Physics(Abstract Noun) A scalar quantity the change of position of a given point in space per unit time. কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি৷