XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    খদম্‌দম (Assamese) [ Roman: kho.dom.dom]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-30
    1. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
    English:
    haste hurry rush
    Assamese:
    অবিলম্ব আটাইটাই আতুৰ্ bo উকচকচ্ উকুচ্-কুচ্ উথপথপ উলহ-মালহ উড়বুৰ উৰুক-মুৰুকold ক্ষিপ্ৰতা খদম্‌দম খদৌমদৌ খপৰ-জপৰ খৰখেদা খৰধৰ খৰপোচ ততাতৈয়া ততাভুকুতা দুটাই-টাই বেগাবেগি লৰ-ধৰ লৰালৰি সোনকাল হুঁটাই-টাই হুৰ-মুৰ হুৰা-মূৰা হেতা-ওপৰা
    Bodo:
    खारलां
    Khasi:
    ka jingstet
    Garo:
    bakbak daka
    Karbi:
    chingkhan ketong
    Hmar:
    inhmaw
    Dimasa:
    gebreh
    Deori:
    উৱা-দুৱা কুবা-কুবি নমা কৰ-দৰ-নমা জগু-জগাবা ল-দৰা নমা
    © xobdo.org - a dictionary by you, for you, of you !!