ক্ৰতু (Assamese) [ Roman: kro.tu]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-27
    1. (Verbal Noun) the act of shedding tears শোকত বা দুখত চকুলো উলিওৱা কাৰ্য্য
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-18
    2. (Abstract Noun) The Hindu ritual of praying and offering to the Agni or The Fire God. অগ্নি বা জুইৰ দেৱতাক উপাসনা কৰা আৰু আহুতি দিয়াৰ হিন্দু প্ৰথা।
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-12
    3. Astronomy(Proper Noun-Masculine) A pandit(scholar) of ancient India. One of the seven stars of great bear named after him প্ৰাচীন ভাৰতৰ এজন ঋষি৷ সপ্তৰ্ষি মণ্ডলৰ এটা তৰা তেওঁৰ নামত আছে৷
    English: