কৰযোৰ (Assamese) [ Roman: kor.jo’r]
Contributed by: Dimbeswar Baishya on 2008-02-10
1. (Abstract Noun) Indian greeting gesture consisting of a small bow while holding the palms together raised before the body. ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|
Assamese:
Bodo:
Bishnupriya Manipuri:
TAI-Ahom:
Different POS:
a. Verb-Trans.: নমস্কাৰ কৰ্নম্প্ৰণম্প্ৰণাম কৰ্সেৱা কৰ্...Sub Idea:
b. Abstract Noun: hellohiআদাবকুৰ্নিছচালাম...Contributed by: Dimbeswar Baishya on 2008-02-10
2. (Abstract Noun) a position of folding both hands together to wish somebody কাৰোবাক প্ৰণাম কৰাৰ উদ্দেশ্যে দুয়োখন হাত বন্ধ কৰা ভঙ্গিমা৷
English:
Assamese: