XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    খাওন (Assamese) [ Roman: kha.o’n]
    Contributed by: Anjali Sonowal on 2008-12-11
    1. (Verbal Noun) The act of consuming food. ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
    English:
    eating
    Assamese:
    অদন অভ্যৱহাৰ অভ্যৱহৰণ অশন আশ খাওন খাদন খাৱন খোৱা-বোৱা খোৱা-লোৱা গ্ৰসন গ্ৰাসকৰণ নিগৰণ প্ৰত্যৱসান প্ৰাশ প্ৰাশন প্ৰাসন ভক্ষণ ভুক্তি ভোজন সেৱন
    Bodo:
    जागासिनो दं जादों जानाय लोंनाय
    Dimasa:
    jibah jibah-lingbah
    © xobdo.org - a dictionary by you, for you, of you !!