সেৱন (Assamese) [ Roman: xe.won]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-03
    1. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-03
    2. (Verbal Noun) The act of consuming food. ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷