খৰিকা (Assamese) [ Roman: kho.ri.ka]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-11-09
    1. (Verb-Trans.) to lift something from the ground তলৰ পৰা কোনো বস্তু ওপৰলৈ লৈ আহ্
    Contributed by: Anup Raj Hazarika on 2023-03-13
    2. (Material Noun-Neuter) a long piece of wood, bamboo or metal for roasting meat. জুইত মাছ-মাংস সেকিবলৈ ব্যৱহাৰ কৰা কাঠ, বাঁহ বা ধাতুৰ দীঘল শলা৷