গাঁথনি (Assamese) [ Roman: ga~.tho.ni]
    Contributed by: Bikram M Baruah on 2006-03-17
    1. (Abstract Noun) the characteristic physical structure given to a material, an object, etc., by the size, shape, arrangement, and proportions of its parts. আকাৰ, আকৃতি, সাজোন আৰু বিভিন্ন অংশৰ অনুপাতেৰে কোনো বস্তুক প্ৰদান কৰা নিৰ্দ্দিষ্ট ভৌতিক গঠন৷
    English:
    Contributed by: Bikram M Baruah on 2021-02-25
    2. (Abstract Noun) some general rules that can be tailored for different situations বিভিন্ন অৱস্থাৰ সৈতে খাপ খোৱাকৈ তৈয়াৰ কৰা কেতবোৰ সাধাৰণ নিয়ম