গাদী (Assamese) [ Roman: ga.di]
    Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-27
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Material Noun-Neuter) A case or bag stuffed with some soft and elastic material used placed over a hard surface for seating comfort বহিবলৈ বা বিশ্ৰাম লবলৈ ব্যৱহাৰ কৰা কোমল আসন৷
    Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-27
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    2. (Material Noun-Neuter) A seat for an honourable person. অইন আসনবোৰৰ পৰা বেলেগ দেখাবলৈ অলপ ওখকৈ বা ওখ ঠাইত পৰা মান্য লোকৰ আসন ৷
    English:
    Assamese: