ঘোষণা পত্ৰ (Assamese) [ Roman: gho`.xo.na po.tro]
    Contributed by: Biraj Kumar Kakati on 2007-05-23
    1. (Abstract Noun) An announcement (verbal or written) containing information about an event. লোকক জনাবলৈ মুখেৰে দিয়া বাতৰি বা লিখা কাকত ৷

    ঘোষণাপত্ৰ (Bangla)
    Contributed by: Dipankar Ghosh on 0000-00-00
    2. (Common Noun-Neuter) a public declaration of intentions, opinions, objectives, or motives, as one issued by a government, sovereign, or organization. চৰকাৰ বা সংস্থাৰ দ্বাৰা প্ৰকাশিত ঘোষণা-পত্ৰ, যাৰ জড়িয়তে চৰকাৰ বা সংস্থাটোৰ মতামত, আঁচনি, লক্ষ্য আৰু আদৰ্শ আদি সম্পৰ্কে ঘোষণা কৰা হয়