চিয়াঁহী (Assamese) [ Roman: si.ya~.hi]
    Contributed by: Rituraj Saikia on 2006-08-28
    1. (Material Noun-Neuter) A coloured liquid used for writing or drawing. লিখিবলৈ বা ছবি আকিবলৈ ব্যৱহাৰ কৰা ৰঙীন জুলীয়া দ্ৰব্য ।
    Contributed by: Partha P Sarmah on 2010-11-29
    2. Music(Material Noun-Neuter) a black, round paste on the skin of tabla, dholok etc. to create and sustain vibration. তবলা, ঢোলক আদি অৱনদ্ধ বাদ্যৰ চামৰাৰ ওপৰত মাজ ভাগত বা একাষত থকা ক’লা, ঘুৰণীয়া লেপন৷